বিধায়ক মানৱ ডেকা ক’ভিড পজিটিভ…

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ।

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

এইবাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা দেহত ধৰা পৰিছে ক’ভিডৰ উফস্থিতি।

নিজ গৃহতে ৰেপিড টেষ্টৰ সময়ত কভিড পজিটিভ ধৰা পৰে বিধায়ক জনৰ।

এই পৰ্যন্ত লখিমপুৰত ১৪ জন হৈছেগৈ ক’ভিড পজিটিভ ৰোগী।