ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিটিচি প্ৰাক্তন MCLA তথা বিপিএফ ৰ নেতা মাধৱ কাৰকি

কোকৰাঝাৰৰ বিষমুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

কথমপী প্ৰাণ ৰক্ষা বিটিচি প্ৰাক্তন MCLA তথা বিপিএফৰ নেতা মাধৱ কাৰকী।

হল্টু গাঁও আৰু বিষমুৰী গাঁৱত মঙলবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

889
ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিটিচি প্ৰাক্তন MCLA তথা বিপিএফ ৰ নেতা মাধৱ কাৰকি 2

চলন্ত অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বিটিচিৰ প্ৰাক্তন MCLA মাধৱ কাৰকীৰ বলেৰ’ বাহনখনে পথৰ দাঁতিত থকা এখন চাহ বাগানৰ মাজত সোমাই পৰে।

পিছত স্থানীয় ৰাইজে মাধৱ কাৰকীক সুকলমে উদ্ধাৰ কৰাৰ লগতে বাহনখনো উদ্ধাৰ কৰে।

Leave a Comment