অসম

নিমাতীঘাটৰ নাও দুৰ্ঘটনাক লৈ তদন্ত ঘোষণা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ…

নিমাতীঘাটৰ নাও দুৰ্ঘটনাক লৈ তদন্ত ঘোষণা।

পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰিছে তদন্তৰ।

মা কমলা আৰু ত্ৰিপৰাই নামৰ দুখন ফেৰীৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা।

এই ফেৰী দুখনত আছিল প্ৰায় ১০০ৰো অধিক যাত্ৰী, আছিল ৪০খনকৈ বাহন।

অব্যাহত আছে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ উদ্ধাৰ অভিযান।

Leave a Reply

Your email address will not be published. Required fields are marked *