অসম

নিমাতীঘাটত ফেৰী দুৰ্ঘটনা! ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গ’ল ফেৰী, বহু যাত্ৰী সন্ধানহীন…

নিমাতীঘাটত ফেৰী দুৰ্ঘটনা।

ব্রহ্মপুত্রৰ বুকুত ডুবিল ‘মা কমলা’ নামৰ ফেৰী।

দুখন ফেৰীৰ মাজৰ সংঘৰ্ষৰ ফলত সংঘটিত দুৰ্ঘটনাটো।

১০০ৰো অধিক যাত্রী আছিল ডুব যোৱা ফেৰীখনত।

নিৰুদ্দেশ হৈ আছে এতিয়াও ৩০-৪০ লোক।

নিমাতীৰ পৰা মাজুলী অভিমুখে গৈ থাঁকোতেই এই দুৰ্ঘটনা।

দুখন ফেৰীৰ মাজত সংঘৰ্ষ হোৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

যোৰহাট নিমাতিঘাটৰ পৰা মাজুলী অভিমুখী আছিল নাও দুখন।

সম্প্ৰতি SDRF-NDRF বাহিনীয়ে চলাইছে উদ্ধাৰ অভিযান।

Leave a Reply

Your email address will not be published. Required fields are marked *