ৰাষ্ট্ৰীয়

ৰাজীৱ গান্ধীৰ হত্যাকাৰীক মুক্তি! এজি পেৰাৰিভালানক মুকলিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ৰাজীৱ গান্ধীৰ হত্যাকাৰীক মুকলিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।

ন্যায়ালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ দোষী এজি পেৰাৰিভালানক মুকলি কৰি দিয়াৰ আদেশ দিয়ে।

উচ্চতম ন্যায়ালয়ে দোষীক মুকলি কৰি দিয়াৰ বাবে অনুচ্ছেদ ১৪২ ৰ অধীনক বিশেষ অধিকাৰৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰে।

এই গোচৰ সন্দৰ্ভত ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ ওপৰত দীৰ্ঘদিন কৰি আৱেদন আছিল।

তাৰ পাছতে উচ্চতম ন্যায়ালয়ে পেৰাৰিভালাক মুকলি কৰি দিয়াৰ আৱেদনত মঞ্জৰী প্ৰদান কৰে।

উল্লেখ্য যে, পেৰাৰিভালানক বৰ্তমান জামিনত মুকলি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *