ৰাষ্ট্ৰীয়

দুখবৰ! বিখ্যাত সন্তুৰ বাদক শিৱ কুমাৰ শৰ্মাৰ দেহাৱসান…

ভাৰতীয় সংগীত প্ৰেমী সকলৰ বাবে দুখবৰ।

বিখ্যাত সন্তুৰ বাদক শিৱ কুমাৰ শৰ্মাৰ দেহাৱসান।

মঙলবাৰে মুম্বাইত সংগীত জগতৰ অন্যতম তাৰকা সংগীতকাৰ, সন্তুৰ বাদক পণ্ডিত শিৱকুমাৰ শৰ্মাৰ মৃত্যু হয়।

হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে শিৱকুমাৰ শৰ্মাই।

মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৪ বছৰ।

বিগত ৬ মাহ মান ধৰি কিডনি সম্বন্ধীয় ৰোগত আক্ৰান্ত আছিল লোকগৰাকী।

সংগীত জগতত তেখেতৰ অৱদানৰ বাবে পণ্ডিত উপাধী লাভ কৰিছিল।

তেওঁৰ অন্যতন প্ৰসিদ্ধ গীত হৈছে চান্দনী ছবিৰ ‘মেৰে হাথো মে নো নো চুড়িয়া’ গীতটো।

Leave a Reply

Your email address will not be published. Required fields are marked *