মহানগৰীত চাঞ্চল্যকৰ ঘটনাঃ প্ৰৱক্তাৰ প্ৰহাৰত শ্ৰৱণ শক্তি হেৰুৱালে ছাত্ৰই…

মহানগৰীৰ কমাৰ্চ কলেজত ভয়ংকৰ ঘটনা।

প্ৰবক্তাৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ।

প্ৰবক্তাৰ প্ৰহাৰত ছাত্ৰই শ্ৰৱণ শক্তি হেৰুৱাব লগীয়া হোৱাৰ অভিযোগ৷

হেমন্ত কুমাৰ ডেকা নামৰ প্ৰবক্তাগৰাকীৰ প্ৰহাৰত কাণৰ পৰ্দা ফাটিল এগৰাকী ছাত্ৰৰ।

ছাত্ৰগৰাকীৰ নাম আছিল শুভম ক’ৰ।

সমগ্ৰ ঘটনা সন্দৰ্ভত চানমাৰি থানাত এজাহাৰ দাখিল পৰিয়ালৰ৷

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ৷

Leave a Comment