ৰিপুন বৰা লুভীয়া মানুহ, কংগ্ৰেছ দলটোক ডুবাই থৈ এতিয়া TMCত গৈছেঃ শিলাদিত্য দেৱ…

কংগ্ৰেছ দল এৰি মমতা দিদিৰ সংগী হ’ল ৰিপুন বৰা।

ৰিপুন বৰাৰ কংগ্ৰেছ দল ত্যাগ কৰাৰ লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত ৰিপুন বৰাক তীব্ৰ কটাক্ষ শিলাদিত্য দেৱৰ।

তেওঁ কয়- ৰিপুন বৰা এজন লুভীয়া মানুহ। কংগ্ৰেছ দলটোক ডুবাই থৈ এতিয়া TMCত গৈছে।

কংগ্ৰেছক ডুবাই থৈ যোৱা মানুহৰ দ্বাৰা তৃণমূল কংগ্ৰেছে খোপনি পুতিব নোৱাৰে বুলি মন্তব্য কৰে শিলাদিত্য দেৱে।

আনহাতে এইবাৰ সংখ্যলঘুক লৈ নৰম হোৱা দেখা গৈছে শিলাদিত্য দেৱক।

তেওঁ কয়- ‘মিঞা’ এটা ভাল শব্দ , ই এটা সন্মানসূচক শব্দ।’

‘পৌৰ নিগম নিৰ্বাচনত তেওঁলোকে আমাক ভোট দিলে ভাল, আৰু উন্নয়ন হ’ব।’

“হোজাইত মই সকলোৰে বাবে কাম কৰিছো।’

Leave a Comment