অসম

ডাঙৰ খবৰঃ কংগ্ৰেছ-AIUDFৰ মিত্ৰতা ভংগ…

ৰাজ্যৰ ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ খবৰ।

বংগ হ’ল কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা।

সংবাদমেলৰ সম্বোধন কৰি এই কথা প্ৰকাশ কৰিলে কংগ্ৰেছ নেতৃত্বই।

সৰ্বসন্মতিক্ৰমে AIUDFৰ সৈতে মিত্ৰতা ভংগৰ সিদ্ধান্ত গ্ৰহণ কংগ্ৰেছৰ।

কেইবাজনো জ্যেষ্ঠ নেতাই মিত্ৰতা ভংগ কৰাৰ পৰামৰ্শ দিয়াৰ পিছত কংগ্ৰেছৰ ক’ৰ কমিটীৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

AIUDFৰে মিত্ৰতা ভংগ কৰিবলৈ AICCলৈ প্ৰস্তাৱ প্ৰেৰণ প্ৰদেশ কংগ্ৰেছৰ।

AIUDFৰ কাৰ্যকলাপে কংগ্ৰেছক হতভম্ব কৰিছে বুলি উল্লেখ এই সংবাদমেলত।

AIUDF ক মহাজোঁটৰ পৰা আঁতৰাবলৈ হাইকমাণ্ডলৈ প্ৰস্তাৱ প্ৰেৰণ প্ৰদেশ কংগ্ৰেছৰ।

সংবাদমেলত সভাপতি ভূপেন বৰাৰ লগতে উপস্থিত থাকে দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, কমলাক্ষ দে পুৰকায়স্থ।

Leave a Reply

Your email address will not be published. Required fields are marked *