অসম

ছানী লিয়নি আহিলেও উপ নিৰ্বাচনত মোক হৰুৱাব নোৱাৰেঃ ৰূপজ্যোতি কুৰ্মী…

সমাগত ৰাজ্যৰ উপ নিৰ্বাচন।

উপ নিৰ্বাচনক লৈ তৎপৰ হৈছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।

মৰিয়নি সমষ্টিটো অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।

আগন্তুক উপ নিৰ্বাচনক লৈ প্ৰবল আত্মবিশ্বাসী মৰিয়নী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সদ্য পদত্যাগী কংগ্ৰেছী নেতা ৰূপজ্যোতি কুৰ্মী।

তেওঁ কয়- ‘উপ নিৰ্বাচনত ছানী লিয়নি আহি ফ্লায়িং কিছ দিলেও মোক হৰুৱাব নোৱাৰে।’

কিছুদিন পূৰ্বে কংগ্ৰেছ দলৰ লগতে মৰিয়নিৰ বিধায়ক পদৰ পৰাও পদত্যাগ কৰিছিল প্ৰাক্তন কংগ্ৰেছ নেতা ৰূপজ্যোতি কুৰ্মীয়ে।

নেত গৰাকীয়ে কয় যে, ‘কংগ্ৰেছ আৰু Aiudf য়ে মিত্ৰতা কৰি মহাপাপ কৰিছল। এই মহাপাপৰ ফল দুয়োটা দলেই ভুগিব লাগিব। কংগ্ৰেছে বিটিআৰ নিৰ্বাচনত ১ পাইছিল সেয়াও পিছত বিজেপিলৈ আহিল।’

Leave a Reply

Your email address will not be published. Required fields are marked *