পিছুৱাই দিয়া হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন, কেতিয়া হ’ব নিৰ্বাচন?

পিছুৱাই দিয়া হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন।

২২ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন।

পূৰ্বে ১৯ এপ্ৰিলত অনুষ্ঠিত হোৱা কথা আছিল নিৰ্বাচন।

আনহাতে ২৪ এপ্ৰিলত অনুষ্ঠিত হ’ব নিৰ্বাচনৰ ভোটগণনা।

পূৰ্বৰ তাৰিখ অনুসৰি ২১ এপ্ৰিলত আছিল ভোটগণনাৰ তাৰিখ।

বিহুৰ বাবে দিন সলনি কৰা হৈছে নিৰ্বাচনৰ।

উল্লেখ্য যে, বিহুৰ বাবে নিৰ্বাচনৰ দিন পিছুৱাবলৈ অনুৰোধ জনাইছিল বিজেপিয়ে।

Leave a Comment