শােকাৱহ! ছৈখােৱাত নাও ডুবি পিতৃ-মাতৃ সহ ৬ বছৰীয়া পুত্ৰৰ সলিল সমাধি

নিউজ ডেস্ক। তিনিচুকীয়া জিলাৰ ছৈখোৱাঘাটৰ খেৰবাৰীত যোৱাত একেটা পৰিয়ালৰে তিনিজন লোকৰ মৃত্যু হয়।

শনিবাৰে সন্ধিয়া প্রায় ৭ বজাত লাফুংখলাৰ মিলন হাছদা (৪੦) ই পত্নী ৰীতা হাছদা (৩৯) আৰু ছবছৰীয়া পুত্র বাবু হাছদাক ভুবন খাল নদীত এখন নাও বুৰ লগত লৈ এখন টুলুঙা নাৱেৰে নদীখন পাৰ হ’ব খোজাতে দুৰ্ভাগ্যৱশতঃ নাওখন বুৰ যায়।

G1 10
শােকাৱহ! ছৈখােৱাত নাও ডুবি পিতৃ-মাতৃ সহ ৬ বছৰীয়া পুত্ৰৰ সলিল সমাধি 2

কিছু সময় পাচত স্থানীয় লোকে নদীৰ বুকুত অভিযান চলাই মিলন হাছদাৰ মৃতদেহ উদ্ধাৰ কৰে।

বাতৰি লিখা পৰলৈকে তেওঁৰ পত্নী ৰীতা আৰু পুত্ৰ বাবুৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।

ছৈখোৱা আৰক্ষীয়ে উদ্ধাৰ অভিযান, অব্যাহত ৰাখিছে।

Leave a Comment