মানকাচাৰৰ ৪ গাওঁ প্ৰধানক গ্ৰেপ্তাৰ।
মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিলে ৪ জনক।
গ্ৰেপ্তাৰ হোৱা চাৰি গাওঁবুঢ়া ক্ৰমে আমিনুল ইছলাম, মুফটি উল্লাহ আজাদ, আব্দুল চহীদ আৰু চহৰাব আলী।
বিগত দুদিন ধৰি এই গাওঁ প্ৰধান কেইজনক চলোৱা হৈছিল জেৰা।
জেৰাৰ অন্তত গ্ৰেপ্তাৰ ৪ জনকে।
মুঠ ১১ জন গাওঁ প্ৰধানক চলাই আছিল জেৰা।
ধনৰ বিনিময়ত এই গাওঁ প্ৰধান কেইজনক দিয়া হৈছিল নিযুক্তি।
চাইবুৰ ৰহমান আৰু আতিকা চুলতানাই দিছিল নিযুক্তি।
৫ ৰ পৰা ১১ লাখ টকাৰ বিনিময়ত গাওঁ প্ৰধানসকলক দিছিল নিযুক্তি









