অসম

হৃদয়বিদাৰক! পিতৃৰ চকুৰ সমুখতে বাহনে মহতিয়াই নিলে ২ বছৰীয়া সন্তানক…

এক অতি মৰ্মান্তিক পথ দুৰ্ঘটনা।

পিতৃৰ চকুৰ সমুখতে বাহনে মহতিয়াই নিলে ২ বছৰীয়া সন্তানক।

নগাঁও জিলাৰ ৰূপহীহাটৰ গড়াজানৰ আমৰাকান্ধা গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

পিতৃৰ চকুৰ সন্মুখতেই টাটা ম’ৱাইলে মহতিয়াই নিলে দুই বছৰীয়া সন্তানক।

যাৰ ফলত থিতাতে মৃত্যু হয় বাপন মণ্ডলৰ দুই বছৰীয়া সন্তান তন্ময় মণ্ডলৰ।

ইতিমধ্যে গড়াজান আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা টাটা মৱাইল খন জব্দ কৰিছে।

ইপিনে ২ বছৰীয়া সন্তানক হেৰুৱাই কান্দোনত ভাগি পৰিছে অসহায় পিতৃ।

Leave a Reply

Your email address will not be published. Required fields are marked *