গুৱাহাটী

মহানগৰীৰ পাণবজাৰৰ এটা মছজিদত ভয়ংকৰ অগ্নিকাণ্ড…

মহানগৰীৰ পাণবজাৰৰ এটা মছজিদত ভয়ংকৰ অগ্নিকাণ্ড।

শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় অগ্নিকাণ্ডৰ।

পানবজাৰৰ ভৰালী ব্ৰাদাৰ্ছত ওচৰত থকা মছজিদত জুই।

তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি জুই নুমুৱাবলৈ সক্ষম হয়।

এই অগ্নিকাণ্ডৰ ফলত কোনোধৰণৰ ক্ষয় ক্ষতি হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *