মহানগৰীৰ পাণবজাৰৰ এটা মছজিদত ভয়ংকৰ অগ্নিকাণ্ড… February 18, 2022 by NEWS DESKমহানগৰীৰ পাণবজাৰৰ এটা মছজিদত ভয়ংকৰ অগ্নিকাণ্ড।শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় অগ্নিকাণ্ডৰ।পানবজাৰৰ ভৰালী ব্ৰাদাৰ্ছত ওচৰত থকা মছজিদত জুই।তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি জুই নুমুৱাবলৈ সক্ষম হয়।এই অগ্নিকাণ্ডৰ ফলত কোনোধৰণৰ ক্ষয় ক্ষতি হোৱা নাই।Related Posts:মহানগৰীত মহিলা অভিযন্তাৰ নৃশংস কাণ্ড! বক্স পালেঙৰ…খানামুখত শ্ৰী শ্ৰীলক্ষ্মী পূজা উদযাপনমহনগৰীৰ ভাড়াঘৰত যুৱতীৰ ধাৰাবাহিক মৃত্যুৰ ঘটনা, ৰহস্য কি?গুৱাহাটীৰ বানৰ ৰং কি? মন্ত্ৰী অশোক সিংহালে ক’লে-…১৩, ১৪ এপ্ৰিলত মহানগৰীত যান-বাহন চলাচলত নিৰ্দেশনা!…চাঞ্চল্যকৰ! মহানগৰীত ডিঙি কটা অৱস্থাত উদ্ধাৰ…অসমলৈ আহি আছে ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী! নিৰাপত্তাৰ…মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা! পাহাৰৰ পৰা বাগৰি পৰিল…নৱবৰ্ষত সুৰা বিক্ৰীৰ অভিলেখ গুৱাহাটীত! দুটা দিনত…চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অনা কেব চালক খগেন…