অসম

গুৰুতৰভাৱে অসুস্থ জনপ্ৰিয় শিল্পী অপূৰ্ব বেজবৰুৱা…

গুৰুতৰভাৱে অসুস্থ জনপ্ৰিয় শিল্পী অপূৰ্ব বেজবৰুৱা।

সংকটজনক অৱস্থাত দিশপুৰ পলিক্লিনিক হাস্পাতালত চিকিৎসাধীন জনপ্ৰিয় কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱা।

ব্ৰেইন ষ্ট’ক হৈছে বিশিষ্ট শিল্পীগৰাকীৰ।

সংকটজনক অবস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় শিল্পীগৰাকীক।

পুৱাই পৰিয়ালৰ লোকে ভৰ্তি কৰিছে চিকিৎসালয়ত।

শিল্পীগৰাকীৰ আশুআৰোগ্য কামনা অসংখ্য গুণমুগ্ধৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *