অসমঅসমীয়া

ৰেগিং কাণ্ডঃ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ আন এগৰাকী অভিযুক্তৰ, গ্ৰেপ্তাৰ

নিউজ ডেস্ক। শনিবাৰে গ্ৰেপ্তাৰ হল ৰেগিং কাণ্ডৰ সৈতে জড়িত ষষ্ঠজন অভিযুক্তক।

আত্মসমৰ্পণৰ বাবে আহোঁতেই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত কল্যান দত্তক।

এই মুহূৰ্তলৈকে বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৬ জনক।

image 7

কিন্তু বৰ্তমানো পলাতক হৈ আছে মূল অভিযুক্ত ৰাহুল ছেত্ৰী।

ইফালে আদিত্য নাৰ্ছিং হোমত সফলতাৰে সম্পন্ন হৈছে আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ।

লাহে লাহে স্বাস্থ্য সুস্থিৰ হৈছে আনন্দৰ।