ৰাষ্ট্ৰপতি হিচাপে ১৩ অক্টোবৰত প্ৰথমবাৰলৈ অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মূ…

১৩ অক্টোবৰত অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মূ।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ।

১৩ অক্টোবৰত অসমত উপস্থিত হ’ব ৰাষ্ট্ৰপতি মুৰ্মূ।

বিভিন্ন কাৰ্যসূচীত অংশ লৈ ৰাষ্ট্ৰপতি গৰাকীয়ে ১৪ অক্টোবৰত উভতিব দিল্লীলৈ।

ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ পাছত মুৰ্মুৰ এয়াই হ’ব প্ৰথম অসম ভ্ৰমণ।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা ৰাষ্ট্ৰপতিৰ।