অসম

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা! অসমত দুখন আসনৰ বাবে হ’ব নিৰ্বাচন

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা।

অসমত দুখন আসনৰ বাবে হ’ব নিৰ্বাচন।

৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচন।

ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ তাৰিখ।

নিৰ্বাচনৰ মনোনয়নৰ অন্তিম তাৰিখ ২১ মাৰ্চ।

আনহাতে নিৰ্বাচনৰ দিনাই অৰ্থাৎ ৩১ মাৰ্চ তাৰিখেই হ’ব ভোটগণনা।

পুৱা ৯ বজাৰ পৰা ৪ বজালৈ হ’ব ভোটগ্ৰহণ।

আনহাতে ৫ বজাৰ পৰা ভোটগণনা।

Leave a Reply

Your email address will not be published. Required fields are marked *