অসম

ৰাজ্যবাসীলৈ সুখবৰ, অসমত এইকেইখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হ’ব…

ৰাজ্যবাসীলৈ সুখবৰ।

অসমত বৃদ্ধি পাব বিশ্ববিদ্যালয়ৰ সংখ্যা।

বিশ্ববিদ্যালয়ৰ মৰ্যদা পাব শিৱসাগৰ, লখিমপুৰ, যোৰহাট জে বি কলেজ আৰু সন্দিকৈ কলেজে।

আগন্তুক দুবছৰৰ ভিতৰত এই মহাবিদ্যালয়কেইখনক বিশ্ববিদ্যালয়লৈ উত্তৰণ হ’ব।

এতিয়াৰে পৰা অনলাইনযোগে হব শিক্ষকৰ বদলিকৰণ।

এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

নতুন শিক্ষা নীতিৰ আধাৰত শৈক্ষিক উত্তৰণ সন্দৰ্ভত GMCHৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সন্মিলনত এই ঘোষণা মুখ্যমন্ত্ৰীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *