অসম

ৰাজ্যত আফ্ৰিকান চোৱাইন ফ্লুৰ সন্ত্ৰাসঃ চোৱাইন ফ্লুত মৃত্যু হ’ল ১৪১ টা গাহৰি…

বিশ্বনাথত আফ্ৰিকান চোৱাইন ফ্লুৰ সন্ত্ৰাস।

আফ্ৰিকান চোৱাইন ফ্লুত মৃত্যু হ’ল ১৪১ টা গাহৰি।

বিশ্বনাথৰ এখন ব্যক্তিগত গাহৰি ফাৰ্মত মৃত্যু হৈছে এই গাহৰিৰ।

শ্ৰীমতি ফুলকন এগ্ৰ’টেক গোট নামৰ ফাৰ্মখনৰ আক্ৰান্ত গাহৰিৰ তেজৰ নমুনা গুৱাহাটীৰ বিভাগীয় পৰীক্ষাগাৰত পৰীক্ষা কৰি নিশ্চিত হৈছে গাহৰিৰ মৃত্যুৰ কাৰণ।

ইতিমধ্যে বিশ্বনাথ জিলা প্ৰশাসনে গাহৰি আৰু গাহৰিৰ মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে।

লগতে ফাৰ্মখনৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধ এলেকা নিৰীক্ষণ জ’ন ঘোষণা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *