অসম

ৰাজনীতিৰ পৰা অৱসৰ ল’লে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা নুৰজামাল চৰকাৰে

ৰাজনীতিৰ পৰা অৱসৰ ল’লে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা নুৰজামাল চৰকাৰে।

বিশ্বনাথ বিধান সভা সমষ্টিৰ তিনিবাৰৰ বিধায়ক জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে কেবিনেট মন্ত্ৰীৰো দায়িত্ব লাভ কৰিছিল।

কিন্তু বিগত কিছু দিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটীত চিকিৎসাধীন হৈ আছে নুৰজামাল চৰকাৰ।

প্ৰাপ্ত খবৰ অনুসৰি, ইতিমধ্যে নেতাগৰাকীয়ে ৰাজনীতিৰ পৰা স্বাস্থ্য জনীত কাৰণত সম্পূৰ্ণ অৱসৰ লোৱা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *