অসম

ৰাজনীতিয়ে আমুৱালে! অন্তঃসত্বা পত্নীক এৰি আলফা(স্বাঃ)লৈ গ’ল কংগ্ৰেছৰ যুৱ নেতা…

শেহতীয়াভাৱে আলফা স্বাধীনলৈ আগমন ঘটিছে বহু যুৱক যুৱতী।

বিহুৰ আনন্দৰ মাজতে পুনৰ আলফালৈ গ’ল এগৰাকী অসমীয়া যুৱক।

এইবাৰ আলফালৈ গ’ল এগৰাকী কংগ্ৰেছৰ যুৱ নেতা।

তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ প্ৰাক্তন উপ-সভাপতি জনাৰ্দন গগৈ।

550

ঘৰত অন্তঃসত্বা পত্নীক এৰি আলফালৈ গ’ল কংগ্ৰেছৰ যুৱ নেতা জনাৰ্দন গগৈ।

১৬ এপ্ৰিলত আলফাৰ ম্যানমাৰ শিবিৰত উপস্থিত হয় জনাৰ্দন গগৈ।

ফেচবুকত এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰি আলফালৈ যোৱাৰ কথা সদৰি কৰে জনাৰ্দন গগৈয়।

জনাৰ্দনৰ ঘৰ শদিয়াৰ উদয় নগৰত।

আইচেং অসমৰ নেতৃত্বত আলফাত যোগদান জনাৰ্দনৰ।

তেওঁ ফেচবুকত লিথিছে—

Leave a Reply

Your email address will not be published. Required fields are marked *