অসম

ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত দুভৰি হেৰুওৱা জোচেফ মাৰাকৰ মৃত্যু…

ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত দুভৰি হেৰুওৱা জোচেফ মাৰাকে অৱশেষত হাৰ মানিলে মৃত্যুৰে।

বুধবাৰে পুৱা জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে জোচেফ মাৰাকে।

323

নিশা গুৱাহাটীৰ ৰাজপথত সুৰামত্ত অৱস্থাত ৰাজকন্যা বৰুৱাই খুন্দিয়াইছিল মাৰাকক।

যাৰ ফলত দুয়োখন ভৰি হেৰুৱাব লগা হৈছিল মাৰাকে।

জি এম চি এইচত ১ অক্টোবৰৰ পৰা চিকিৎসাধীন হৈ আছিল মাৰাক।

তেওঁক কৃত্ৰিম ভৰি সংৰোপণৰ বাবে স্বেচ্ছাসেৱী সংস্থাই চেষ্টা চলোৱাৰ মাজতে চৰকাৰেও লৈছিল দায়িত্ব।

কিন্তু বুধবাৰে জি এম চিত প্ৰাণ হেৰুৱাব লগীয়া হয় মাৰাকে।

লগতে চাওকঃ ক’ভিডত আক্ৰান্ত হৈ মানৱ দৰদী মহিলা চিকিৎসকৰ মৃত্যু

G2

Leave a Reply

Your email address will not be published. Required fields are marked *