ৰহস্যৰ আৱৰ্তত ক’লা ল’ৰাৰ মৃত্যুৰ ঘটনা! আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু ক’লা ল’ৰাৰঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। ৰহস্যৰ আৱৰ্তত ক’লা ল’ৰাৰ মৃত্যুৰ ঘটনা।

দুৰ্ঘটনা নহয়, আৰক্ষীৰ এনকাউণ্টাৰতহে মৃত্যু হৈছিল ক’লা ল’ৰাৰ।

এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- নিশা আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় অনিমেষ হত্যাৰ মূল অপৰাধী ক’লা ল’ৰা ওৰফে নীৰজ দাস।

অৱশ্যে এই সন্দৰ্ভত সম্পূৰ্ণ প্ৰতিবেদন তেওঁৰ হাতলৈ অহা নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।  

গৰুখুঁটি কৃষি প্ৰকল্প পৰিদৰ্শনৰ সময়ত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

তেওঁ কয় যে অসমীয়া জাতিয়ে যােৰহাটৰ ঘটনাৰ পৰা আত্ম সমালােচনা কৰাৰ সময় আহি পৰিছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Comment