ৰহস্যজনক! শোৱাপাটীত উদ্ধাৰ যান-বাহন আৰক্ষীৰ মৃতদেহ…

মহানগৰীৰ ভঙাগড় থানাত চাঞ্চল্যকৰ ঘটনা।

শোৱাপাটীতে উদ্ধাৰ যান-বাহন আৰক্ষীৰ মৃতদেহ।

যান-বাহন আৰক্ষীজন হৈছে বিপ্লৱ সিনহা।

যান-বাহন নিয়ন্ত্ৰণ শাখাৰ জােৱান আছিল সিনহা।

বৃহস্পতিবাৰে কৰ্তব্য সম্পন্ন কৰি শুই পৰিছিল বিপ্লৱ।

কিন্তু শুকুৰবাৰে পুৱা মৃত অৱস্থাত উদ্ধাৰ হয় বিপ্লৱক।

এটি ৮ বছৰীয়া কণমানিও আছে মৃত বিপ্লৱৰ।

জানিব পৰা মতে, জােৱানজনৰ ঘৰ গােৱালপাৰা জিলাত।

মৰণোত্তৰ পৰীক্ষাৰ পিছতহে ওলাব মৃত্যুৰ আঁৰৰ ৰহস্য।

Leave a Comment