অসম

ৰঙালী বিহুৰ আনন্দৰ মাজতেই পুনৰ আলফা(স্বাঃ)লৈ গ’ল দুই অসমীয়া যুৱক…

অব্যাহত আছে আলফা স্বাধীনলৈ অসমীয়া যুৱক-যুৱতীৰ আগমন।

এইবাৰ ৰঙালী বিহুৰ আনন্দৰ মাজতেই পুনৰ আলফা(স্বাঃ)লৈ গ’ল দুই অসমীয়া যুৱক।

শিৱসাগৰৰ পংকজ মেচ আৰু নাহৰকটীয়া টিপলিঙৰ পংকজ গগৈৰ আলফা(স্বাঃ)ত যোগদান।

১৮ এপ্ৰিলৰ নিশা আলফাৰ ম্যানমাৰস্থিত শিবিৰত উপস্থিত হয় দুয়োজন যুৱক।

আইচেং অসমৰ নেতৃত্বত দুয়োজন যুৱক আলফা স্বাধীনত যোগদান কৰিছে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *