অসম

৭ জুনত ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, এইকেইটা ৱেবছাইটত মুহুৰ্ততে পাব পৰীক্ষাৰ ফলাফল…

৭ জুনত ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল।

এইবাৰ পৰীক্ষাৰ ফলাফল আৰু নম্বৰ তালিকা মুঠ ১৪ টা ৱেবচাইট যোগে ছাত্ৰ-ছাত্ৰী সকলে লাভ কৰিব।

৭ জুনৰ পুৱা ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ নম্বৰ তালিকা ডাউনলোড কৰি ল’ব পাৰিব।

পৰীক্ষাৰ ফলাফল আৰু মাৰ্কশ্বিট ডাউনলোড কৰিবৰ বাবে পৰীক্ষাৰ ৰোল নং আৰু নম্বৰ সংশ্লিষ্ট ৱেবচাইটৰ উপলব্ধ স্থানত পূৰণ কৰিব লাগিব।

image 51

ৱেবছাইট কেইটা হৈছে-
1. results.sebeonline,org
2. resultsassam.nic.in
3. www.indiaresults.com
4. www.results.shiksha
5. www.assamshiksha
6. www.asssamonline.in
7. exametc.com
8. www.schools9.com
9. https://iresults.net
10. assamjobalerts,com
11. assamresults.in
12. necareer.com
13. www.jagranjosh.com
14. www.vidyavision.com

উল্লেখ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৪১৯৮৮৭ গৰাকী। ইয়াৰ ১ লাখ ৯৫ হাজাৰ ১৮১ গৰাকী ছাত্ৰ আৰু ২ লাখ ২৪ হাজাৰ ৭০৬ গৰাকী ছাত্ৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *