৬১সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ আন্তঃৰাজ্যিক এথলেটিকছত সোণৰ পদক লাভ হিমা-অম্লানৰ…

পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে দুই অসম সন্তানে।

চেন্নাইত অনুষ্ঠিত ৬১সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকচ প্ৰতিযোগিতাত অসম সন্তানৰ সফলতা।

image 120
৬১সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ আন্তঃৰাজ্যিক এথলেটিকছত সোণৰ পদক লাভ হিমা-অম্লানৰ... 4

৬১সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক চিনিয়ৰ এথলেটিকচ প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে হিমা দাস আৰু অম্লান বৰগোহাঁইয়ে।

image 121
৬১সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ আন্তঃৰাজ্যিক এথলেটিকছত সোণৰ পদক লাভ হিমা-অম্লানৰ... 5

মহিলাৰ ১০০ মিঃ দৌৰত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে হিমা দাসে।

ফাইনেলত ১১.৪৩ চেকেণ্ডত দৌৰ সমাপ্তিৰে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন ধিং এক্সপ্ৰেছ হিমা দাসৰ।

image 118
৬১সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ আন্তঃৰাজ্যিক এথলেটিকছত সোণৰ পদক লাভ হিমা-অম্লানৰ... 6

ইফালে পুৰুষৰ ১০০ মিঃ দৌৰত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে অম্লান বৰগোহাঁইয়ে।

ফাইনেলত ১০.৪৭ চেকেণ্ডত দৌৰ সমাপ্তিৰে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন অম্লান বৰগোহাঁইৰ।