অসম

৪ অক্টোবৰত অসমত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ উপ নিৰ্বাচন…

৪ অক্টোবৰত অসমত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ উপ নিৰ্বাচন।

এখন আসনৰ বাবে অনুষ্ঠিত হ’ব এই উপ নিৰ্বাচন।

বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পিছত খালী হৈ আছিল আসনখন।

বৃহস্পতিবাৰে একমাত্ৰ আসনখনৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা কৰে নিৰ্বাচন আয়োগে।

image 2

Leave a Reply

Your email address will not be published. Required fields are marked *