৩ জুলাইত অনুষ্ঠিত নহয় স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা…

পুনৰ স্থগীত ৰখা হ’ল স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা।

৩ জুলাইত অনুষ্ঠিত নহয় লিখিত পৰীক্ষা।

ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত স্বাস্থ্য বিভাগৰ।

এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই নতুন দিন।

image 272
৩ জুলাইত অনুষ্ঠিত নহয় স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা... 2

উল্লেখ্য যে, ৩ জুলাইৰ পূৰ্বে ১৯ জুনৰ অনুষ্ঠিত হোৱা কথা আছিল স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা।

ৰাজ্যৰ বান পৰিস্থিতিৰ বাবেই ৩ জুলাইলৈ পিছুৱাই দিয়া হৈছিল পৰীক্ষাৰ দিন।

কিন্তু এতিয়াও ৰাজ্যৰ বান পৰিস্থিতি উন্নত নোহোৱাত পুনৰ পৰীক্ষা বাতিল কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে।