অসম

২৯ মে’ত অসমলৈ আহিব AAPৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল…

২৯ মে’ত অসমলৈ আহিব AAPৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল।

অসমত দলটোৰ সম্প্ৰসাৰণৰ বাবে আহিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা দলটোৰ মূৰব্বী অৰবিন্দ কেজৰিৱাল। 

জানিব পৰা মতে, তেওঁ গুৱাহাটীত এখন জনসভা সম্বোধন কৰিব।

FRwvwEtaMAENnT9

দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমত আপৰ ১০ লক্ষ সদস্য ভৰ্তিৰ লক্ষ্যৰ কথা ঘোষণা কৰিব বুলি আপৰ নেতৃত্বৰ পৰা জানিব পৰা গৈছে।

FRwnEDuVEAAydMh

উল্লেখ্য যে, বিগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আমি আদমী পাৰ্টীয়ে এটা ৱাৰ্ডত জয়লাভ কৰাৰ উপৰিও ২৪টা ৱাৰ্ডত দ্বিতীয় স্থানত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *