২৯ আগষ্টত ঘোষণা কৰা হ’ব মেট্ৰিক আৰু হাই মাদ্রাছাৰ কম্পাৰ্টমেন্টেল পৰীক্ষাৰ ফলাফল।
পুৱা ১০ বজাত ঘোষণা কৰা হ’ব অসম মাধ্যমিক শিক্ষা পৰিষদৰ মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল।
www.sebaonline.org ৱেবছাইটত লাভ কৰিব ফলাফল।
SEBA Results এপতো চাব পাৰিব এই ফলাফল।









