২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমত হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ…

অসমত সমষ্টি পুনঃনিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ।

২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমত হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ।

অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া ঘোষণা নিৰ্বাচন আয়োগৰ।

পহিলা জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া।

বিধানসভা আৰু লোকসভা সমষ্টিৰ হ’ব পুনঃনিৰ্ধাৰণ।

দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰিছে এই তথ্য।

২০২৪ৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অসমত হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ।

নতুন প্ৰশাসনিক গোট গঠনত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ।

১ জানুৱাৰীৰ পৰা প্ৰযোজ্য হ’ব এই নিষেধাজ্ঞা। সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈ বাহাল থাকিব নিষেধাজ্ঞা।