অসম

১০ হাজাৰ টকা উৎকোচ লৈ হাতে লোটে ধৰা পৰিল খাদ্য সুৰক্ষা পৰিদৰ্শক বিৰিঞ্চি কাৰ্জী

নিউজ ডেস্ক। উৎকোচ লৈ হাতে লোটে ধৰা পৰিল খাদ্য সুৰক্ষা পৰিদৰ্শক।

১০ হাজাৰ টকা উৎকোচ লৈ হাতে লোটে ধৰা পৰিল খাদ্য সুৰক্ষা পৰিদৰ্শক বিৰিঞ্চি কুমাৰ কাৰ্জী।

বিৰিঞ্চি কুমাৰ কাৰ্জী নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ খাদ্য সুৰক্ষা পৰিদৰ্শক।

জানিব পৰা মতে, খাদ্য সুৰক্ষা অনুজ্ঞাপত্ৰ দিয়াৰ নামত ১ লাখ টকাৰ উৎকোচ বিচাৰিছিল এগৰাকী ব্যৱসায়ীৰ পৰা।

photo 2022 04 29 20 41 27

আনকি উৎকোচৰ প্ৰথম কিস্তি হিচাপে ১০ হাজাৰ ৫০০ টকাও লৈছিল কাৰ্জীয়ে।

সেই সময়তেই শুকুৰবাৰে হাতে লোটে ধৰা পৰে বিষয়া গৰাকী।

দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই বৰ্তমানে প্ৰেপ্তাৰ কৰিছে বিৰিঞ্চি কুমাৰ কাৰ্জীক।

লগতে চাওকঃ

ভয়ংকৰ! পাহাৰৰ পৰা খহি পৰা শিলাখণ্ডই খুন্দিয়ালে চলন্ত বাইক, কেমেৰাত বন্দী শিহৰণকাৰী ঘটনা…

G6 8

Leave a Reply

Your email address will not be published. Required fields are marked *