গুৱাহাটী

হোলীৰ আনন্দৰ মাজতে মহানগৰীত অঘটন! ৰে’লৰ খুন্দাত নিহত মাতৃসহ দুই শিশু…

হোলীৰ আনন্দৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক অঘটনা।

কামাখ্যা গে’টত ৰে’লৰ খুন্দাত নিহত মাতৃসহ দুই শিশু।

কামাখ্যা গেটৰ ৰে’ল লাইন পাৰ হোৱাৰ সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনা। 

287

নিহত মহিলাগৰাকীৰ নাম বৰ্তমানলৈকে জানিব পৰা নাই। 

জানিব পৰা মতে, নিহত সন্তান দুটিৰ এটাৰ বয়স ৩ মাহ আৰু আনটোৰ ৬ বছৰ।

মৃতকৰ পৰিচয় জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

এই ঘটনাই কামাখ্যা গেটত বিৰাজ কৰিছে এক শোকাকুল পলিৱেশৰ।

লগতে চাওকঃ

পথ দুৰ্ঘটনাত শেষ হৈছিল পুত্ৰৰ জীৱন, মাতৃয়ে ল’লে হৃদয়স্পৰ্শী সিদ্ধান্ত

G1 27

Leave a Reply

Your email address will not be published. Required fields are marked *