হিমাচলৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু ক’ভিড পজিটিভ।
দিল্লী ভ্ৰমণৰত অৱস্থাতে ক’ভিডত আক্ৰান্ত মুখ্যমন্ত্ৰীগৰাকী।
বৰ্তমান তেওঁ সুস্থ অৱস্থাত থকাৰ লগতে নিজকে আছুতীয়াকৈ ৰাখিছে।
দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা আছিল সুখবিন্দৰ সিং সুখুয়ে।
ক’ভিড পজিটিভ হোৱাৰ বাবে প্ৰধানমন্ত্ৰীক সাক্ষা কৰা কাৰ্যসূচী বাতিল কৰা হৈছে।









