অসমঅসমীয়া

হাতী দাঁতসহ ৬ চােৰাং চিকাৰীক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। ৰাজ্যৰ বনাঞ্চলত অব্যাহত আছে চােৰাং চিকাৰীৰ দৌৰাত্ম্য।

অসমৰ মাজেৰে বহিঃৰাজ্যলৈ গােপনে সৰবৰাহ হৈছে দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ শৰীৰৰ অংগ-প্ৰত্যংগ।

G5 4

চােৰাং চিকাৰীৰ বিৰুদ্ধে কােকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ কঁচুগাঁৱত বন বিভাগ আৰু এছ এছ বিৰ যৌথ অভিযান।

গােপন সূত্ৰ খবৰৰ ভিত্তিত চলােৱা এই অভিযানত গ্ৰেপ্তাৰ ৬টাকৈ চোৰাংচিকাৰী।

কঁচুগাঁও বনাঞ্চলৰ লাকৰিগুৰিৰ পৰা গ্ৰেপ্তাৰ চোৰাংচিকাৰী কেইটা।

চোৰাংচিকাৰী কেইটাৰ পৰা জব্দ দুটা হাতীৰ দাঁত।

Leave a Reply

Your email address will not be published. Required fields are marked *