গুৱাহাটী

হাতীগাঁও আৰক্ষীৰ জালত দুই মষ্ট ৱান্টেড গাড়ী চোৰ…

হাতীগাঁও আৰক্ষীৰ জালত মষ্ট ৱান্টেড গাড়ী চোৰ।

অসম মিজোৰাম সীমান্তৰ পৰা আটক চোনা মিঞা আৰু মোহৰ আলী।

গুৱাহাটীত বহুকেইটা গাড়ী চুৰিকাণ্ডৰ লগত জড়িত আছিল দুয়োটাই।

জব্দ AS01MC8520 নম্বৰৰ TATA INTRA আৰু ASO1BS3026 নম্বৰৰ TATA SUMU ।

টাটা চুমুখন মিজোৰাম সীমান্তত আৰু টাটা ইন্ট্ৰা খন শিলচৰৰ পৰা জব্দ কৰে আৰক্ষীয়ে।

টাটা চুমু খন ‘নিপনী নাৰ্ছিং কলেজ’ বাহন আছিল।

হাতীগাঁও অঞ্চলৰ পৰা কেইবাখনো ডাম্পাৰ চুৰি কৰা বুলি স্বীকাৰোক্তি চোৰ দুটাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *