সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনক নিলম্বনৰ সিদ্ধান্ত FIFAৰ, অংশ ল’ব নোৱাৰিব মহিলা বিশ্বকাপত…

ফিফাই নিলম্বন কৰিলে ভাৰতীয় ফুটবল ফেডাৰেচনক।

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনক নিলম্বনৰ সিদ্ধান্ত FIFAৰ।

অনতিপলমে কাৰ্যকৰী হোৱাকৈ FIFA কাউঞ্চিলে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

FIFAৰ নিয়ম উলংঘা কৰাৰ বাবে কাউঞ্চিলে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

image 113
সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনক নিলম্বনৰ সিদ্ধান্ত FIFAৰ, অংশ ল’ব নোৱাৰিব মহিলা বিশ্বকাপত... 2

বিবৃতিত জনোৱা অনুসৰি, AIFF-ৰ কামকাজত তৃতীয় পক্ষৰ হস্তক্ষেপৰ বাবেই গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।

ইয়াৰ লগে লগে অহা অক্টোবৰ মাহত ভাৰতত অনুষ্ঠিত হ’বলগীয়া ফিফাৰ ১৭ বছৰ অনূৰ্ধ মহিলা বিশ্বকাপ নিৰ্ধাৰিত পৰিকল্পনা মতে অনুষ্ঠিত ন’হব বুলি উল্লেখ কৰা হৈছে FIFAৰ পৰা অহা বিবৃতিটোত।