অসমীয়াঅসম

স্বৰ্ণকন্যা লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা অসম আৰক্ষীৰ…

নিউজ ডেস্কঃ অসম আৰক্ষীৰ সম্বৰ্ধনা স্বৰ্ণকন্যা লাভলীনা বৰগোঁহাইক।

image 178

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয়ৰ পিছত অসমত উপস্থিত হোৱা লাভলীনা বৰগোঁহাইক উষ্ম আদৰণি জনালে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে।

image 175

অসম আৰক্ষীৰ এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া।

image 176

সম্বৰ্ধনা অনুষ্ঠানৰ পিছত লাভলীনাৰ মন্তব্য- ‘অসমবাসীৰ আশীৰ্বাদৰ বাবেই মই এই পৰ্যায়ত উপনীত হৈছো।’

image 177

উল্লেখ্য যে, বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি মহিলা শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল অসম কন্যা লাভলীনা বৰগোঁহাইয়ে।