স্বাস্থ্যবিভাগৰ চতুৰ্থ বৰ্গৰ বাচনি পৰীক্ষা সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য, কেতিয়া হ’ব পৰীক্ষা..?

স্বাস্থ্যবিভাগৰ চতুৰ্থ বৰ্গৰ বাচনি পৰীক্ষা সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ মন্তব্য।

জুলাইৰ অন্তত নতুবা আগষ্টৰ প্ৰথম সপ্তাহত স্বাস্থ্য বিভাগৰ বাচনি পৰীক্ষা অনুষ্ঠিক হোৱাৰ সম্ভাৱনা।

বতৰলৈ ভাল হ’লেই অনুষ্ঠিত হ’ব স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা।

কলিয়াবৰত এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।

উল্লেখ্য যে, ৰাজ্যত প্ৰলয়ংকাৰী বানৰ বাবে দুবাৰকৈ পিছুওৱা হয় স্বাস্থ্য বিভাগৰ পৰীক্ষা।