অসম

সোমবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ দাম…

অব্যাহত আছে ইন্ধনজাত সামগ্ৰীৰ উৰ্দ্ধগামী যাত্ৰা।

প্ৰায় প্ৰতিদিনে বৃদ্ধি হৈ আছে পেট্ৰ’ল-ডিজেলৰ মূল্য।

সোমবাৰে অৰ্থাৎ নৱেম্বৰ মাহৰ প্ৰথমটো দিনতে বৃদ্ধি পালে পেট্ৰ’লৰ দাম।

প্ৰতিলিটাৰ পেট্ৰলত বৃদ্ধি পালে ৩৫পইচাকৈ।

আনহাতে প্ৰতিলিটাৰ ডিজেলতো বৃদ্ধি পালে ৩৫পইচাকৈ।

দিল্লীত আজি প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য হৈছেগৈ ১০৯.৬৯টকা।

প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ৯৮.৪২টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *