সুখবৰ! উচ্চতৰ মাধ্যমিকত সংযোজন কৰা হ’ল বড়ো মাধ্যম…

ৰাজ্যৰ শিক্ষা ক্ষেত্ৰত ঘটিল আন এক সংযোজন।

উচ্চতৰ মাধ্যমিকত সংযোজন কৰা হ’ল বড়ো মাধ্যম।

বড়ো মাধ্যমক উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ মাধ্যম হিচাপে অনুমোদন ৰাজ্যপালৰ।

ৰাজ্যপালৰ অনুমোদনৰ পিছতে এক অধিসূচনা জাৰি কৰে মাধ্যমিক শিক্ষা সংসদে।

উল্লেখ্য যে, মঙলবাৰে কোকৰাঝাৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত উচ্চতৰ মাধ্যমিকত বড়ো ভাষা ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।