অসমঅসমীয়া

সােমবাৰৰ পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিবেশন

নিউজ ডেস্ক। কাইলৈ অৰ্থাৎ সােমবাৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শীতকালীন অধিবেশন।

ইতিমধ্যে এই অধিবেশনক লৈ ৰাজধানীত গঢ়ি তােলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী।

জানিব পৰা মতে, এই অধিৱেশনত সদনত উত্থাপিত হ’ব এখন নতুন বিধেয়ক আৰু ১৫ খনকৈ সংশোধনী বিধেয়ক।

Security-person-outside-the-Assam-Legislative-assembly-on-the-eve-of-assembly-session-at-dispur-in-G

ইয়াৰ ভিতৰত আছে গো-সুৰক্ষা আইন(২੦২੦)ৰ এখন সংশোধনী বিধেয়ক।

ক’ভিড প্ৰট’কলৰ মাজেৰে সুকলমে অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বিধানসভা সচিবালয়ে।

লগতে চাওকঃ

চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে কাৰ পৰা ঘােচ ল’ব নালাগে? ক’লে মুখ্যমন্ত্ৰীয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *