সাজু ক্ৰিকেটপ্ৰেমী! দেওবাৰৰ পৰা বিক্ৰী হ’ব বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া ভাৰত-শ্ৰীলংকাৰ খেলৰ টিকট…

নিউজ ডেস্কঃ বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া ভাৰত-শ্ৰীলংকাৰ খেলক লৈ অত্যুৎসাহী ক্ৰিকেটপ্ৰেমী।

দেওবাৰৰ পৰা বিক্ৰী কৰা হ’ব খেলৰ টিকট।

১০ জানুৱাৰীত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ খেল।

অনলাইন যোগে ক্ৰয় কৰিব পাৰিব খেলৰ টিকট।

BOOK MY SHOWত ক্ৰয় কৰিব পাৰিব টিকট।

টিকটৰ সৰ্বাধিক মূল্য হ’ব ৫ হাজাৰ টকা।

ছাত্ৰ-ছাত্ৰীৰ বাবে টিকটৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ৪৭৫ টকা।