অসমীয়াঅসম

সমৰ্থকসহ কংগ্ৰেছত আনুষ্ঠানিকভাৱে চামিল হ’ল LDPৰ মুৰব্বী প্ৰদ্যুত বৰা…

নিউজ ডেস্কঃ আনুষ্ঠানিক কংগ্ৰেছত যোগদান বিজেপিৰ আইটি চেলৰ প্ৰতিষ্ঠাপক প্ৰদ্যুত বৰাৰ।

একেলগে কংগ্ৰেছত চামিল হ’ল প্ৰদ্যুত বৰাৰ দল এলডিপিও।

image 80

উল্লেখ্য যে, ২০২৪ৰ লোকসভা নিৰ্বাচনত বিৰোধীক শক্তিশালী কৰাৰ লক্ষ্যৰে সমৰ্থকসহ কংগ্ৰেছত চামিল হয় এলডিপিৰ মুৰব্বী প্ৰদ্যুত বৰা।

২০১৫ চনত বিজেপিৰ পৰা পদত্যাগ কৰাৰ পিছত লিবাৰেল ডেমক্ৰেটিক পাৰ্টী নামেৰে তেওঁ গঠন কৰিছিল এটা নতুন ৰাজনৈতিক দল।

image 81

এতিয়া সেই দলটোকে কংগ্ৰেছৰ সৈতে একত্ৰিত কৰি আজি সামুহিকভাৱে যোগদান প্ৰদ্যুত বৰাই।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অন্যান্য শীৰ্ষ নেতৃত্বৰ উপস্থিতি অনুষ্ঠিত হয় এই যোগদান অনুষ্ঠান।