অসম

সদনৰ মজিয়াত টোপনিত লালকাল বিধায়ক অখিল গগৈ…

ঘোৰ টোপনিত বিধায়ক অখিল গগৈ।

সদনৰ মজিয়াত টোপনিত লালকাল শিৱসাগৰীয়া বিধায়কজন।

সীমা সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ভাষণ দি থকা সময়তে টোপনিত লালকাল অখিল গগৈ।

সীমা বিবাদক লৈ মুখ্যমন্ত্ৰীয়ে কয়-

▶️ ‘মিজোৰামৰ সীমাক লৈ SCত গোচৰ নাছিল’
▶️ ‘মিজোৰামে ইনাৰলেণ্ড ফৰেষ্টত ঝুম খেতি কৰিব আহিছে’
▶️ ‘২০০ হেক্টৰ মাটি আমি পুনৰ উদ্ধাৰ কৰিছো’

Leave a Reply

Your email address will not be published. Required fields are marked *