শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰৰূপে নিৰ্বাচিত ভৱেন্দ্ৰ নাথ ডেকা…

নিউজ ডেস্কঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ হিচাপে নিৰ্বাচিত ভৱেন্দ্ৰ নাথ ডেকা।

বিনা প্ৰতিদ্বন্দ্বিতাৰে নতুন পদাধিকাৰ হিচাপে নিৰ্বাচিত হয় ডেকা।

দেওবাৰে ঘোষণা কৰা হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ নিৰ্বাচনৰ ফলাফল।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৫ চনৰ পৰা ২০১৮ চনলৈ সংঘৰ পদাধিকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ভৱেন্দ্ৰ নাথ ডেকাই।

প্ৰণিধানযোগ্য যে, নতুন পদাধিকাৰ ডেকা ৰঙিয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ।